ইউৰোপ মহাদেশৰ হাংগেৰীত অনুষ্ঠিত হ’বলগীয়া পঞ্চম আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক ছবি মহোৎসৱত( 5th International Nature Film Festival Godollo) শ্ৰেষ্ঠ ছবি শিতানৰ বাবে ছবিখন নিৰ্বাচিত হোৱাৰ খবৰ ছবিখনৰ পৰিচালক ধৃতিমান কাকতিক আযোজক পক্ষৰ পৰা আজি এক ই-মেইল পত্ৰ যোগে জনোৱা হৈছে