Surprise Me!

VIRAL VIDEO: দৰমহা বিচৰাৰ বাবে যুৱতীক নৃশংসভাৱে মাৰপিট

2019-05-14 2,375 Dailymotion

খবৰ অনুসৰি যুৱতীগৰাকীক কেবিনত বন্দী কৰি ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিল। ঘটনাটো সংঘটি হোৱাৰ পিছত মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰিলে যদিও আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।