ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰীসকলক অশালীন মন্তব্য কৰাৰ অভিযোগ চন্দন দাসৰ বিৰুদ্ধে। অভিযুক্ত শিক্ষকজনক অব্যাহতি দিয়াৰ দাবীত শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে।