দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত। ঘটনাৰ লগতে জড়িত অভিযুক্ত নানকু আলীক নিশায়ে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অভিযুক্তক গ্ৰেপ্তাৰ কৰাতহে ক্ষান্ত হয় প্ৰতিবাদকাৰী।