Surprise Me!

'আৰাধ্যাৰ দৰে আচৰণ নকৰিবা' অমিতাভ বচ্চনে কিয় ক’লে ঐশ্বৰ্যক?

2019-06-03 3 Dailymotion

সংবাদ মাধ্যমৰ আগত অমিতাভ বচ্চনৰ সৈতে ঐশ্বৰ্য ৰায়ে কৰা আচৰণে খলকনি তুলিছে ছচিয়েল মিডিয়াত। সুৰাৰ ৰাগীত মাতাল হৈ এনেদৰে আচৰণ কৰে মোহময়ী অভিনেত্ৰীগৰাকীয়ে।