Surprise Me!

মণিপুৰৰ মৰেহত এগৰাকী যুৱতীৰ সৈতে অশ্লীল নৃত্য বিহাৰৰ বিধায়কৰ

2019-06-10 2 Dailymotion

মণিপুৰৰ ভাৰত ম্যানমাৰ সীমান্তৰ মৰেহত অভ্যন্তৰিন সম্পদ তথা কেন্দ্ৰীয় সহায়ৰ এটা প্ৰতিনিধিৰ দল আহিছিল শিক্ষামূলক ভ্ৰমণত। এই দলটোৰ সদস্য হিচাপে বিহাৰৰ আৰ জে দিৰ পিপৰা সমষ্টিৰ বিধায়ক যদুৱঞ্চ কুমাৰ যাদৱ।