দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহন আন ৩জন লোক। চাৰিলেনযুক্ত ঘাইপথৰ ডিফু বাইপাছত সংঘটিত হৈছে এই ঘটনা। মদাৰতলিৰ পৰা লংকালৈ গৈছিল শিল ভৰ্তি ডাম্পাৰখন। নিহত মহিলা গৰাকীৰ ঘৰ হাওৰাঘাটত।