খানাপাৰাৰ পৰা জনতা ভৱনলৈ সমদল উলিয়াই প্ৰতিবাদ সাৱ্যস্ত কৰিলে টেট শিক্ষকসকলে। প্ৰতিবাদী শিক্ষকক ৰুধিবলৈ ব্যাপক সমৰ সজ্জা আৰক্ষী প্ৰশাসন। প্ৰতিবাদী শিক্ষকক বাধা দিবলৈ নিৰ্মাণ কৰা হৈছে ১২ তাতকৈ অধিক বেৰিকেড।