দক্ষিণ বেংগালুৰু সংসদীয় সমষ্টিৰ বিজেপিৰ যুৱ সাংসদ তেজস্বী সূৰ্যই বুধবাৰে বিষয়টো লোকসভাত উত্থাপন কৰে। বাংলাদেশীয়ে ক্ৰমশঃ স্থানীয় লোকক কৰ্মহীন কৰি তোলাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে যুৱ সাংসদজনে।