ফেনে ফোটোকাৰে বাঢ়ি অহা নৈ উপনৈৰ বাঢ়নী পানীত নিতৌ প্লাৱিত হৈছে ন ন অঞ্চল। কালৰূপী বানৰ কবলত পৰি এইপৰ্যন্ত ৭জন লোকে প্ৰাণ হেৰুৱাৰ লগতে দিশহাৰা হৈ পৰিছে সহস্ৰাধিক গাঁৱৰ ৰাইজ।