Surprise Me!

দুৰ্বৃত্তই ভাঙিলে দশৰথ বহিখোৱা বৰফুকন মৈদামৰ ফলক; টাইপাৰ এজাহাৰ দাখিল

2025-01-10 0 Dailymotion

আহোমৰ ঐতিহাসিক মৈদামত চকু পৰিছে দুৰ্বৃত্তৰ । দশৰথ বহিখোৱা বৰফুকনৰ মৈদামস্থলীৰ দিশ নিৰ্ণয়কাৰী ফলক ভাঙিলে দুৰ্বৃত্তই ।