Surprise Me!

উৰুকাৰ ভোগে ঢুকি নোপোৱাসকলৰ কাষত বীৰ লাচিত সেনা; ৰঙিয়াত প্ৰশংসনীয় পদক্ষেপ

2025-01-13 5 Dailymotion

সমগ্ৰ ৰাজ্যবাসী এতিয়া ব্যস্ত আছে ভোগালীৰ উৰুকাৰ বিবিধ ব্যঞ্জন প্ৰস্তুত । লগে-ভাগে এসাঁজ মাছে-মঙহে খোৱাৰ আয়োজন । তাৰ মাজতে উৰুকাত এক ব্যতিক্ৰমী পদক্ষেপ বীৰ লাচিত সেনাৰ ।