Surprise Me!

বেপাৰীয়ে দাম নিদিয়ে, ঘৰে-ঘৰে পৰি আছে ৫০-১০০ বস্তাকৈ মাটিমাহ

2025-01-15 0 Dailymotion

উৎপাদিত ফচলৰ উচিত মূল্য নোপোৱাত কৃষকৰ মাজত হতাশা । কৃষকৰ ঘৰত পৰি আছে ৫০ ৰ পৰা ১০০ বস্তালৈকে মাটিমাহ ।