১৪ বছৰ ঘৰ আৰু আপোনজনৰ পৰা আঁতৰত থকাৰ যন্ত্ৰণাৰ অৱসান ঘটিল ৷ ঘৰলৈ উভতিল লক্ষ্মী, পিতৃৰ মুখত বৰিঙিল হাঁহি ৷