তেজপুৰত বলীউডৰ অভিনেত্ৰী পদ্মিনী কোলহাপুৰে ৷ অসমবাসীক মৰমৰ বাবে ধন্যবাদ জনাই পুনৰ অসমলৈ অহাৰ মত প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে ৷