বৰযাত্ৰী কঢ়িয়াই অনা বাছত প্ৰচণ্ড খুন্দা এখন তীব্ৰবেগী ট্ৰাকৰ । সম্প্ৰতি জীৱন-মৃত্যুৰে যুঁজিছে বাছখনত থকা ৫ গৰাকীকৈ লোকে ।