Surprise Me!

ড° পৰিধি শৰ্মাৰ ৰহস্য ভেদ: ছদ্মনামেৰে ৰাজ্যত খলকনি তোলা কোন এইগৰাকী পৰিধি শৰ্মা

2025-04-19 3 Dailymotion

গণিত বিষয়ৰ স্নাতক ধ্ৰুৱজ্যোতি শইকীয়াই অসমৰ বহু বুদ্ধিজীৱীক অন্ধকাৰত ৰাখি ছদ্মনামেৰে লেখনি প্ৰকাশ কৰিছিল ।