কলিয়াবৰত পঞ্চায়ত নিৰ্বাচনৰ মন্থন অগপ-বিজেপিৰ: বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থীৰ জয়ত উৎফুল্লিত মন্ত্ৰী কেশৱ মহন্ত
2025-04-19 1 Dailymotion
কলিয়াবৰত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই বিজয় ধ্বজা বিজেপি মিত্ৰজোঁটৰ । ২ জিলা পৰিষদ, ৯ আঞ্চলিক পঞ্চায়ত দখল ।