'সৃষ্টি- এক সমন্বয় যাত্ৰা'ৰ উদ্যোগত অনুষ্ঠিত ব’হাগী উৎসৱত কণ্ঠশিল্পী নিতুল দাধৰাৰ গীত পৰিৱেশন ৷ মঞ্চত জাতীয় সাজপাৰ পিন্ধি গান গালে নিতুল দাধৰাই ৷