বাতিল হ'ল মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ সভা । মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ।