Surprise Me!

৪৮ ঘণ্টাৰ ভিতৰত ভাৰত এৰাৰ নিৰ্দেশ: উত্তৰ প্ৰদেশত পাকিস্তানীৰ হাহাকাৰ

2025-04-24 1 Dailymotion

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ । ভাৰত চৰকাৰৰ নিৰ্দেশৰ পিছত বেৰেলীত বাস কৰা ৩৪ পাকিস্তানীয়ে এৰিব লাগিব ভাৰত ।