মেট্ৰিকৰ ফলাফলক লৈ উদ্বিগ্ন ৰাজ্যৰ এগৰাকী জিলা আয়ুক্ত । প্ৰধান শিক্ষকক মাতি ফলাফল উন্নত কৰাৰ ৰণকৌশল প্ৰস্তুত ।