Surprise Me!

প্ৰদ্যুৎ বৰদলৈক আক্ৰমণৰ ঘটনাত আহিব নেকি টুইষ্ট ? কংগ্ৰেছ বিধায়কৰ ঘৰত আৰক্ষীৰ অভিযান

2025-04-29 28 Dailymotion

বিধায়ক আচিফ মহম্মদ নাজাৰৰ ঘৰত আৰক্ষীৰ অভিযান । সাংসদ প্ৰদ্যুৎ বৰদলৈৰ কনভয়ত ভয়ংকৰ আক্ৰমণত জড়িতসকলক বিচাৰি আৰক্ষীৰ অভিযান ।