Surprise Me!

নিৰ্বাচন আহিলেহে সমষ্টিলৈ আহে গৌৰৱ গগৈ: পৱিত্ৰ মাৰ্ঘেৰিটা

2025-04-30 2 Dailymotion

কেন্দ্ৰত, ৰাজ্যত বিজেপি চৰকাৰ । গতিকে গাঁও অঞ্চলৰ উন্নয়নৰ বাবেও পঞ্চায়তত বিজেপিক জয়ী কৰাব লাগিব । মৰাণত দাবী কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ ।