ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচনৰ ২ মে'ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । তাৰ বাবে বিভিন্ন জিলাৰ পৰা বৃহস্পতিবাৰে ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে ভোটগ্ৰহণ কৰ্মী-বিষয়া ।