শুকুৰবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ । ভোটগ্ৰহণৰ বাবে নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী তথা নিৰাপত্তাৰক্ষী ।