শ্ৰীভূমি জিলাৰ কাটিগড়াত প্ৰচণ্ড মাৰপিটৰ ঘটনা । জালিয়াতিৰে ভোটদানৰ চেষ্টা চলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হয় এই বিক্ষিপ্ত ঘটনা ।