গোলাঘাট জিলাত বিসংগতি পূৰ্ণ ভোটাৰ তালিকাৰে ভোটগ্ৰহণ জিলা প্ৰশাসনৰ । জিলাখনৰ বিভিন্ন প্ৰান্তত ভোটদানৰ পৰা বঞ্চিত কেইবা শতাধিক ভোটাৰ ।