মুখ্যমন্ত্ৰীয়ে কেৱল ধৰ্মীয় কথাহে কৈ থাকে; কিন্তু নিবনুৱা সমস্যা, মূল্যবৃদ্ধি ৰোধ সেইবোৰ সমাধান কৰিব পৰা নাই ।