শ্ৰী ৰঘুপতিৰ সফলতাৰ পাছত মণিৰত্ন এণ্টাৰটেনমেণ্টৰ বেনাৰত শৈলেন কুমাৰ শৰ্মাৰ প্ৰযোজনাৰে চলিত বৰ্ষত ছবিগৃহলৈ আহি আছে ‘অগ্নিবাণ’। ছবিখনক মুক্তি দিয়াৰ প্ৰস্তুতি ইতিমধ্যে তুংগত ৷