সাংসদ ৰকিবুল হুছেইনৰ সংবাদমেল । পঞ্চায়ত নিৰ্বাচনত পৰাজয় বৰণ কৰিলেও ২০২৬ বিধানসভা নিৰ্বাচনত বিজয় নিশ্চিত বুলি মন্তব্য সাংসদগৰাকীৰ ।