Surprise Me!

ভোকৰ ভাতসাঁজ মাত্ৰ ৫ টকাত: এই মহঙা দিনত ক'ত পাব উদৰ পূৰাই খাবলৈ ?

2025-05-14 55 Dailymotion

গুৱাহাটীৰ দৰে ব্যয়বহুল মহানগৰীত সাধাৰণ শ্ৰমজীৱী লোকৰ বাবে এসাঁজ ক্ৰয় কৰি খোৱাটো বহু ক্ষেত্ৰতে অসাধ্যৰ দৰে হয় । তেনেক্ষেত্ৰত ই এক আশাৰ বতৰা ।