Surprise Me!

ভাৰতীয় সেনাক সন্মান জনাবলৈ হাতত ত্ৰিৰংগা লৈ ৰাজপথত নামিল মুখ্যমন্ত্ৰী

2025-05-14 4 Dailymotion

গুৱাহাটীৰ ৰাজপথত হাতত ত্ৰিৰংগা লৈ মুখ্যমন্ত্ৰীসহ বিজেপি নেতা-কৰ্মী । উদ্দেশ্য ভাৰতীয় সেনাক সন্মান জনোৱা ।