ভাৰত-পাকিস্তানৰ যুদ্ধৰ বাবে বন্ধ হোৱা আই পি এল পুনৰ আৰম্ভ হ'ব ১৭ মে’ৰ পৰা । ডিব্ৰুগড়ত ঘোষণা বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াৰ ।