Surprise Me!

'এটি কলি দুটি পাত'ৰ মাজত কেন্দ্ৰীয় কৃষি মন্ত্ৰী: মিনিহঁতৰ সৈতে তুলিলে পাত

2025-05-16 4 Dailymotion

চাহ বাগিচাৰ মাজত কান্ধত টুকুৰি লৈ পাত তোলাত ব্যস্ত কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান । বাগিচাৰ চাহ শ্ৰমিকৰ সৈতে মত বিনিময় ।