ভাৰতীয় সেনা জিন্দাবাদ ধ্বনিৰে মুখৰিত ডিব্ৰুগড়ৰ ৰাজপথ । অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ বাবে সহস্ৰাধিক লোকৰ সৈতে ত্ৰিৰংগা যাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ।