হেৰাই গ'ল মাজুলীৰ ভোগপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱে নিজহাতে ৰোপণ ৫০০ বছৰীয়া বকুল গছজোপা । মৰ্মাহত সত্ৰৰ সত্ৰাধিকাৰ তথা ভকত-বৈষ্ণৱ ।