আমিনগাঁৱত নিৰ্মীয়মান অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ । ষ্টেডিয়ামখন মাৰ্চৰ ভিতৰত মুকলি কৰাৰ সম্ভাৱনা ।