Surprise Me!

কিমান নৃশংস হ’ব পাৰে একাংশ মানুহ ! অমাত জীৱৰ ঠেং-নেজ-নখ কাটি লৈছে আসুৰিক তৃপ্তি

2025-05-22 4 Dailymotion

মানুহৰ আক্ৰমণত মৃত্যু হ’ল এটা প্ৰাপ্তবয়স্ক ঢেঁকীয়াপতীয়া বাঘৰ ৷ কাটি লৈ গ'ল বাঘটোৰ দাঁত, কাণ, ভৰি, নেজ, গাৰ মঙহ, ছাল, নখ আদি ।