Surprise Me!

অসমত পুলিচৰাজ-জংঘলৰাজ হ'বলৈ দিয়া নহ'ব: লুৰীণজ্যোতি গগৈ

2025-05-23 1 Dailymotion

শৃংখল চলিহাক সাক্ষাৎ কৰিবলৈ আহি বিমুখ হৈ উভতিল লুৰীণজ্যোতি গগৈ । সৈনিকক মোকলাই নিদিলে উজনি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ ।