বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাক মৰাণৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আটক কৰি ডিব্ৰুগড়লৈ নিছিল আৰক্ষীয়ে ৷