Surprise Me!

হে মহান মন্ত্ৰী, আপুনি ইয়ালৈ আহক আৰু আমাক ৰক্ষা কৰক... নিজহাতে ৰোৱা গছকেইজোপাত পৰিল কুঠাৰৰ ঘাপ

2025-05-24 11 Dailymotion

শ শ পৰিয়ালৰ সপোনৰ ঘৰখন জাহ গৈছে নদীৰ খহনীয়াত । খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মুখ্য়মন্ত্রী-জলসম্পদ মন্ত্রীক ধূপ-ধূনা লৈ প্ৰাৰ্থনা নৈপৰীয়া ৰাইজৰ ৷