'আৰব্য ৰজনী' আমি পঢ়োঁ, এতিয়া আমাৰ সন্তানে আৰব বিশ্বক পঢ়ুৱাইছে 'বুঢ়ী আইৰ সাধু' । আৰবী ভাষালৈও অনুবাদ হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি ।