তৈলকূপৰ বিধ্বংসী অগ্নিকাণ্ডই ছাৰখাৰ কৰিলে প্ৰায় ১২ টাকৈ পৰিয়ালৰ সপোনৰ বাসগৃহ ৷ ঘটনাই পাঁচবছৰ অতিক্ৰম কৰে যদিও আজিপৰ্যন্ত বাঘজানবাসীৰ মনৰ জুইকুৰা নিৰ্বাপিত হোৱা নাই ৷