Surprise Me!

বোৱতী হ'ব কলং; আকৌ আৰম্ভ হৈছে কলঙৰ খনন

2025-05-27 14 Dailymotion

বোৱতী কলং বৰ্তমান চৰকাৰখনৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰকল্প । কলিয়াবৰৰ হাতীমূৰা মথাউৰি পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰীৰ ঘোষণাৰ পিছতেই আৰম্ভ হ'ল স্থবিৰ হৈ থকা কলঙৰ খনন ।