হিতেন্দ্ৰ গোস্বামী যোৰহাটৰ বিধায়ক হৈ থকাৰ সময়ত কেনেকৈ বাংলাদেশী মূলৰ আজাদ চৌধুৰীয়ে ২০ টাৰ ভিতৰত ১৮ টা ঠিকা লাভ কৰে ? শৃংখল চলিহাৰ প্ৰশ্ন ৷