লখিমপুৰ সদৰ থানাৰ চৌহদত শুভাকাংক্ষীৰ সহযোগত নিৰ্মাণ হ'ব নাগৰিক সমিতিৰ ভৱন । বিধায়ক জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰ অংশগ্ৰহণেৰে আধাৰশিলা স্থাপন ।