ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাংলাদেশীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । সমগ্ৰ প্ৰক্ৰিয়াক লৈ অসন্তুষ্ট এ আই ইউ ডি এফ ।