অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত সৰুসজাই ষ্টেডিয়াম নামাকৰণৰ বাবে কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি জনাইছে শিৱসাগৰবাসী ৰাইজে ৷