আদৰ্শ দেখুৱালে প্ৰাক্তন শিক্ষক ভীষ্মদুৰ্লভ মহন্তই । সাঁচতীয়া ধনেৰে সভ্যপদ গ্ৰহণ কৰি অসম সাহিত্য সভালৈ আগবঢ়ালে ১ লাখ ৫০০ টকা ।